53
উত্তৰ শালমাৰাঃ মঙলবাৰে দেশে উদযাপন কৰিলে স্বাধীনতা দিৱস৷ বানৰ মাজতে অভয়াপুৰীতো উলহ-মালহেৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস৷ পতাকা উত্তোলনৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়৷
অভয়াপুৰীত মহকুমা প্ৰশাসনে উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰা সময়তে তিনিটা পৰিয়ালত ঘটিল কৰুণ ঘটনা ৷ বাঢ়নী পানীত পৰি অভয়াপুৰীত এদিনতে মৃত্যু হ’ল তিনিটাকৈ শিশুৰ৷