কাউৰবাহা, ঢেকীপোতা, লটিবাৰী, জোকমাৰী, গান্ধীবাৰীক বৈষম্য কিয়?

Home ৰাজ্যকাউৰবাহা, ঢেকীপোতা, লটিবাৰী, জোকমাৰী, গান্ধীবাৰীক বৈষম্য কিয়?

কাউৰবাহা, ঢেকীপোতা, লটিবাৰী, জোকমাৰী, গান্ধীবাৰীক বৈষম্য কিয়?

by News Desk
62 views
A+A-
Reset

ডিজিটেল ৰিপ’ৰ্টঃ বিটিএডিত বসবাস কৰা সকলো জনগোষ্ঠীৰ লোকৰ সম অধিকাৰৰ প্ৰশ্ন সদায় উত্থাপন হৈ আহিছে৷ বিটিএডিৰ ৪খন জিলাত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে সম অধিকাৰ নোপোৱাৰ অভিযোগ উত্থাপন কৰি সময়ে সময়ে একাংশ দল-সংগঠনে প্ৰতিবাদো কৰি আহিছে৷

এটি বিশেষ জনগোষ্ঠীৰ লোকে চাকৰি-বাকৰি, ঠিকা-ঠুকলি-ভিচিডিচিৰ অধ্যক্ষ-সদস্য পদ পাই অহা বুলি অভিযোগ উত্থাপিত হৈ থকাৰ লগতে কেইবাটাও জনগোষ্ঠী বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপিত হয় সময়ে সময়ে৷ একো একোটা বিশেষ অঞ্চলৰ বাট-পথ উন্নয়নৰ পৰা ৰৈ যোৱাৰ লগতে বিটিচি তথা ৰাজ্য-কেন্দ্ৰ চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱাৰ অভিযোগো উত্থাপিত হৈ আহিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0