89
দলংঘাটঃ শিক্ষাৰ জ্যোতিৰে সমাজত পোহৰ বিলোৱাৰ মানসেৰে দৰং জিলাৰ পশ্চিম মঙলদৈৰ একাংশ শিক্ষিত যুৱকৰ তৎপৰতাত গঠিত হল জ্যোতি ট্ৰাষ্ট।
পশ্চিম মঙ্গলদৈৰ বিভিন্ন সমস্যা সমূহ দূৰ কৰাৰ লগতে অঞ্চলটোত এক শৈক্ষিক বাতাবৰণ গঢ়ি তোলাৰ উদ্দেশ্যেৰে জ্যোতি ট্ৰাষ্ট গঠন কৰা হয়৷