79
নলবাৰীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত চেপ্তেম্বৰ মাহত তিনিদিনীয়াকৈ অনুষ্ঠিত হব নৱম বাৰ্ষিক সদৌ অসম ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা।
নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হবলগীয়া ২, ৩, ৪, চেপ্তম্বৰত অসমৰ ভিন্ন প্ৰান্তৰ ২২ টা দলে অংশগ্ৰহণ কৰিব।