Home ৰাজ্য৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙত গাত

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙত গাত

by News Desk
79 views
A+A-
Reset

জয়সাগৰঃ মেৰামতিৰ অভাৱত পথত প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ঘাই পথত৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱসাগৰ নগৰৰ দৰিকা নৈৰ ওপৰৰ কংক্ৰিটৰ দলংত প্ৰকাণ্ড গাত দেখিও নেদেখাৰ ভাও জুৰিছে গড়কাপ্তানী বিভাগে৷ গাতটোৰ পৰা যিকোনো মুহূৰ্তত  ঘটিব পাৰে ভয়ংকৰ বিপদ।

গধুৰ বাহনৰ চাকা ৰাতটোত খুমাই যোৱাৰ আশংকা কৰিছে স্থানীয় লোকে৷ প্ৰতিদিনে শ শ লঘু-গধুৰ যান-বাহন চলালচল কৰা পথটোৰ দলং খনৰ গাতটো ক্ৰমান্বয়ে ডাঙৰ হৈ গৈছে যদিও পথটো মাৰি দিয়াৰ ব্যৱস্থা কৰা নাই বিভাগটোৱে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগতে শিৱসাগৰ জিলা প্ৰশাসনৰ লোকসকলে পথটোৰে তথা দলংখনৰ ওপৰেৰে পাৰ হয় যদিও আজিলৈ গাতটো চকুত পৰা নাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0