69
লংকাঃ হোজাই জিলাৰ লংকাৰ খাগৰিজানত এটি ৫ বছৰীয়া শিশুৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰে অঞ্চলটোত৷
খাগৰিজানৰ নিজাম উদ্দিনে নামৰ লোকজনে নিজৰ বাৰিত থকা পুখুৰীত মাছ মাৰিবলৈ যাওতে ৫ বছৰীয়া পুত্ৰ নুৰ উদ্দিনও পাছে পাছে য়ায৷