78
নাওকাটাঃ ২৪ মাহ সম্পুৰ্ণ কৰিলে বন্ধন বেংকে৷ সমগ্ৰ দেশৰ লগতে বাক্সা জিলাৰ গোৰেশ্বৰ শাখাতো বন্ধন বেংকৰ বিষয়া-কৰ্মচাৰীয়ে আজি উলাহ মালহৰে দ্বিতীয় বাৰ্ষিকী পালন কৰে।
বেংকটোৰ শাখা প্ৰৱন্ধক প্ৰমোদ দাসৰ পৰিচালনাত এক অনুষ্ঠিত অনুষ্ঠানত আনুষ্ঠানিকভাবে কেক কাটি পালন কৰা হয় বেংকটোৰ দ্বিতীয় বাৰ্ষিকী। বেংকটোৰ অন্তৰ্গত নিজৰা গোটৰ সদস্যা অনামিকা ডেকাই কেক কটাৰ পিছতে বেংকটোৰ বিত্তীয় তথা বিভিন্ন আঁচনিৰ ওপৰত আলোচনা দাঙি ধৰে শাখা প্ৰৱন্ধকগৰাকীয়ে।