55
পাঞ্জাবাৰীঃ মহানগৰীৰ গাতে লাগি থকা আমচাং অভয়াৰণ্যত আজি ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই৷ কামৰূপ জিলা প্ৰশাসনে বন বিভাগৰ সহযোগত পুৱাৰে পৰা উচ্ছেদ অভিযান চলাই যদিও যথেষ্ট বাধাৰ সন্মুখীন হ’ব লগা হয়৷
প্ৰায় শতাধিক গৃহ হতী আৰু জেচিবিৰে ভঙি পেলায় যদিও প্ৰশাসন আৰু উচ্ছেদিত লোকৰ মাজত সংঘাট সৃষ্টি হয়৷ আৰক্ষীৰ গালৈ শিলগুটি পৰ্যন্ত নিক্ষেপ কৰে একাংশ লোকে।