Home ৰাজ্যঈদ-উজ-জোহা উপলক্ষে ধুবুৰীত প্ৰশাসনৰ নাগৰিক সভা

ঈদ-উজ-জোহা উপলক্ষে ধুবুৰীত প্ৰশাসনৰ নাগৰিক সভা

by News Desk
72 views
A+A-
Reset

গোলোকগঞ্জঃ ইছলামধৰ্মাৱলম্বী লোক সকলৰ আগন্তুক ঈদ-উজ-জোহা পালন সন্দৰ্ভত আজি ধুবুৰী জিলা প্ৰশাসনৰ উদোগচ এখন সভা অনুষ্ঠিত হৈ যায়৷ সভাৰ অন্তত শান্তি আৰু সাম্প্ৰতি ভাতৃত্ববোধেৰে ঈদ-উজ-জোহা পালন  কৰিবলৈ ধুবুৰি জিলাৰ উপায়ুক্ত ধীৰাজ চৌধুৰীযে আহবান জনাই জিলা খনৰ লোকসকলক।

অহা দুই চেপ্তেম্বৰত পালন কৰিবলগীয়া উৎসৱ সুকলমে উদযাপন কৰাৰ উদ্দেশ্যে উপাযুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সভাত সকলো শ্ৰেণীৰ ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা কামনা কৰে। ঈদৰ সফল উদযাপনৰ বাবে ঈদগাহ ময়দানৰ ওচৰত এম্বুলেঞ্চ সহ চিকিত্সকৰ দল সাজু ৰখা, পৰিস্কাৰ-পৰিচ্ছনতা, বিদ্যুতৰ যোগান ধৰা, নিৰাপত্তা জনিত দিশ আদি বিভিন্ন বিষয় সভাত আলোচনা কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0