78
ডিজিটেল ডেস্কঃ সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই ৰোহতক আদালতে বাবা ৰাম ৰহিমক দহ বছৰৰ কাৰাদণ্ড ঘোষণা কৰে৷
২০০২ চনৰ ধৰ্ষণৰ গোচৰত অভিযুক্ত বাবা ৰাম ৰহিমক দহ বছৰৰ সশ্ৰম কাৰদণ্ড ঘোষণা কৰাৰ লগে লগে বাবাৰ সমৰ্থক ক্ষোভিত হৈ পৰে৷