63
গোলাঘাটঃ নগাঁৱৰ প্ৰাক্তন আলফা সদস্যক শাসক পক্ষৰ আশীৰ্বাদপুষ্ট আৰ এছ এছে আক্ৰমণ কৰিছে৷ এই অভিযোগ নিখিল ভাৰত ছাত্ৰ ফেডাৰেছনৰ অসম ৰাজ্যিক সমিতিৰ। এআইএছএফৰ ৰাজ্যিক সভাপতি মানস বৰাই এক প্ৰেছ বিবৃতি যোগে এি দাবী উত্থাপন কৰি নগাঁৱৰ ঘটনাক কোনো বিক্ষিপ্ত ঘটনা নহয় বুলি কয়৷
পুৰ্বৰ চিলাপথাৰৰ দৰেই নাগৰিকত্ব আইন সংশোধনৰ জৰিয়তে ধৰ্মৰ ভিত্তিত অবৈধ বিদেশীক নাগৰিকত্ব দিব বিচৰা ষড়যন্ত্ৰৰ অংশহে অংশ বুলি কয় বৰাই।