54
লংকাঃ তিনিদিনৰ মূৰকত উদ্ধাৰ হ’ল আমেৰিকাৰ মৃতদেহ৷ হোজাই জিলাৰ লংকা চহৰৰ সমীপৰ উদয়পুৰত সোমবাৰে বিয়লি উদ্ধাৰ হয় আমেৰিকাৰ মৃতদেহ৷
উদয়পুৰৰ লংকাজান নৈত ওপঙি থকা অৱস্থাত মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি উদালী আৰক্ষীক খবৰ দিয়ে৷