63
হোজাই টাউন/লংকাঃ নিখিল ভাৰতীয় গণতান্ত্ৰিক মহিলা সমিতিয়ে আজি হোজাইৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে৷
নাৰী নিৰ্যাতন, বানপানীৰ সমস্যা, অবৈধ মদৰ ব্যৱসায় উচ্ছেদ আদি কেইবাটাও বিষয়ৰ প্ৰতিবাদ জনাই ভাৰতীয় গণতান্ত্ৰিক মহিলা সমিতিয়ে উপায়ুক্তৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে৷