Home ৰাজ্যবিধায়কৰ সমদলক বাধা দিবলৈ গৈ আৰক্ষীৰ লাঠিচালনা

বিধায়কৰ সমদলক বাধা দিবলৈ গৈ আৰক্ষীৰ লাঠিচালনা

by News Desk
53 views
A+A-
Reset

মৰিয়ণীঃ ৰাজ্যৰ নেতা, মন্ত্ৰী-বিধায়ক ক্ষমতাৰ খোৱা কামোৰাত ব্যস্ত হৈ থকাৰ মাজতে ৰাজ্য়ৰ এগৰাকী চৰকাৰৰ বিৰুদ্ধে উলিয়ালে সমদল। মৰিয়ণী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উলিয়ালে সমদল৷ ৰেলৰ ডিজেল লক ছেদ কাৰ্য্যক্ষম কৰাৰ দাবীত আজি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্ম্মীৰ নেতৃত্বত কেইবাশতাধিক লোক ওলাই আহি প্ৰতিবাদ সাব্য়স্ত কৰে।

মৰিয়নীত ডিজেল চেদ সম্পূৰ্ণ হোৱাৰ পিছতো লামডিংঙলৈ নিবলৈ যোজা কৰাত মৰিয়নীৰ ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰে। এসপ্তাহৰ ভিতৰত দাবী মানি নললে জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0