Home ৰাজ্যবাইদেউৰ চৰ, ছাত্ৰীৰ আত্মহত্যা, নাহৰকটীয়াত চাঞ্চল্য অব্যাহত

বাইদেউৰ চৰ, ছাত্ৰীৰ আত্মহত্যা, নাহৰকটীয়াত চাঞ্চল্য অব্যাহত

by News Desk
56 views
A+A-
Reset

নাহৰকটীয়াঃ সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে নৈত জাপ দিয়া ঘটনাৰ আজিও চাঞ্চল্য অব্যাহত আছে নাহৰকটীয়াত৷ সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে ছাত্ৰী-ছাত্ৰীৰ সন্মুখত শিক্ষয়িত্ৰীয়ে কৰা অপমাv সহিব নোৱাৰি চৰম সিদ্ধান্ত লয় বুলি অভিযোগ উত্থাপিত হৈছে৷

নাহৰকটীয়াৰ সম্ভ্ৰান্ত শিক্ষানুষ্ঠান ছেইন্ট মেৰীজ স্কুলৰ সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে মঙলবাৰে বুঢ়ীদিহিঙত জাপ দি অাত্নহত্যা কৰা ঘটনাই চিন্তিত কৰি তুলিছে সচেতন নাগৰিকক৷ যিটো সময়ত সমনীয়াৰ সৈতে খেল-ধেমালি কৰি সময় অতিবাহিত কৰিব লাগে সেই সময়ত এগৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ কথা ভাবিব লগা হোৱাটো ঘটনাক লৈ নাহৰকটীয়াত সৰৱ চৰ্চা আৰম্ভ হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0