70
ছিপাঝাৰঃ ৰক্ষকেই যেতিয়া ধাৰণ কৰে ভক্ষকৰ ৰূপ৷ দৰিদ্ৰ শ্ৰেনীৰ বাবে আবন্টন কৰা চাউল আত্মসাৎ কৰি আটক হ’ব লগা হ’ল এজন ব্যক্তি৷
মঙলদৈ জিলাৰ পাথৰিঘাট সমবায় সমিতিৰ প্ৰায় ৯৫ কুইন্টল চাউল চোৰাংভাবে বিক্ৰি কৰাৰ অভিযোগত সমিতিখনৰ সম্পাদক খিতেশ্বৰ ডেকাক গ্ৰেপ্তাৰ কৰে ছিপাঝাৰ আৰক্ষীয়ে৷