Home ৰাজ্যনগাঁৱত ওলহ-মালহেৰে পবিত্ৰ ঈদ-উজ-জোহা পালন

নগাঁৱত ওলহ-মালহেৰে পবিত্ৰ ঈদ-উজ-জোহা পালন

by News Desk
57 views
A+A-
Reset

নগাঁওঃ ঐক্য-সংহতি তথা ত্যাগ আৰু ভাতৃত্ববোধৰ চানেকী বহন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উজ-জোহা বা বকৰী ঈদ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে পালন কৰা হয়৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ গগণচুম্বী মূল্যবৃদ্ধিয়ে লক্ষণীয়ভাৱে আৰ্থিক দিশত যথেষ্ট পৰিমাণে মাধমাৰ শোধালেও ঈদ উপলক্ষ্যে ধনী-দুখীয়া সকলোয়ে পুৱাৰে পৰা অতিকে ব্যস্ত হৈ পৰাত সৰ্বত্ৰে একপ্ৰকাৰে উৎসৱমুখৰ পৰিবেশ সৃষ্টি হোৱা দেখা যায়৷ নগাঁও চহৰকে ধৰি জিলাখনৰ মুছলমান বসতিপূৰ্ণ অঞ্চলবোৰৰ সকলো ঈদগাহ ময়দান, সানকাহ আৰু মছজিদত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পুৱাৰ ভাগত ঈদৰ নামাজ সম্পন্ন কৰাৰ লগতে এই পবিত্ৰ দিনটোয়ে এক শান্তিৰ বাতাৱৰণ কঢ়িয়াই অনাৰ পৰম আশাৰে আল্লাৰ ওচৰত দোৱা কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0