Home ৰাজ্যমটক যুৱ ছাত্ৰ পৰিষদৰ অসমবাসীলৈ ঈদ মোবাৰক

মটক যুৱ ছাত্ৰ পৰিষদৰ অসমবাসীলৈ ঈদ মোবাৰক

by News Desk
67 views
A+A-
Reset

চাবুৱাঃ  আজি পবিত্ৰ ঈদ ৷ সমগ্ৰ বিশ্বজুৰি চলিছে পবিত্ৰ ঈদৰ ব্যপক আয়োজন ৷ ভাতৃ আৰু একতাৰ বান্ধোনেৰে অসমতো প্ৰান্তে প্ৰান্তে ইচলাম ধৰ্মালম্বী লোক সকলৰ মাজত পালন কৰা হৈছে ঈদ-উজ-জ্জোহা ৷

আজি পবিত্ৰ ঈদৰ দিনাখন উজনি অসমৰ অন্যতম মটক জনগোষ্ঠীয় সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে অসমবাসীলৈ ঈদ উজ জ্জোহাৰ শুভেচ্ছা জনাইছে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই শুভেচ্ছা বাৰ্তাত কয় যে, এই ঈদে অসমত উচ্চনীচ, ডাঙৰ সৰু, জাতি ধৰ্মৰ মাজত ভাতৃত্ববোধ জগাই তুলিব আৰু শান্তিৰ অসম গঢ়াত সহায় কৰিব। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0