Home ৰাজ্যনলবাৰীৰ বিধায়কৰ কৃষকৰ লগত মত-বিনিময় অনুষ্ঠান

নলবাৰীৰ বিধায়কৰ কৃষকৰ লগত মত-বিনিময় অনুষ্ঠান

by News Desk
57 views
A+A-
Reset

নলবাৰীঃ নলবাৰী জিলাৰ ৫৯ নং বিধান সভা সমষ্টিৰ অন্তৰ্গত উত্তৰাঞ্চলৰ খেতি পথাৰসমূহ শুকুৰবাৰে পৰিদৰ্শন কৰে বিধায়ক অশোক কুমাৰ শৰ্মাই৷ ইয়াৰ লগতে বিভিন্ন কৃষিৰ লগত জড়িত লোকসকলকো সাক্ষাৎ কৰে। সেই অঞ্চলৰ খেতিয়কৰ লগত মত-বিনিময় কৰি তেওঁলোকে মুখামুখি হোৱা সমস্যা সমূহ দূৰ কৰাৰ বাবে অপৰিহাৰ্য্য চেষ্টা কৰি যাব বুলি সংকল্পবদ্ধ হোৱা বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।

ইয়াৰ লগতে তেওঁ কয় যে যিহেতু ভাত অসমীয়া মানুহৰ প্ৰধান খাদ্য, গতিকে আমাৰ কৃষকসকলে নিতান্তই অধিক মাটি ধানখেতিত ব্যৱহাৰ কৰিব লাগিব।  কৃষি ভূমি কৃষিৰ সলনি অন্য লাভজনক কামত নিয়োগ কৰাৰ ফলত অসমত প্ৰতি বছৰে কৃষি ভূমিৰ পৰিমাণ দ্ৰুত গতিত কমি আহিব ধৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0