কোকৰাঝাৰ শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনত মাতৃ সন্মিলন

Home ৰাজ্যকোকৰাঝাৰ শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনত মাতৃ সন্মিলন

কোকৰাঝাৰ শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনত মাতৃ সন্মিলন

by News Desk
83 views
A+A-
Reset

কোকৰাঝাৰঃ শিশুক সুনাগৰিক হিচাপে গঢ় দি এখন সুস্থ সমাজ প্ৰতিষ্ঠা কৰাৰ মূলতেই হ’ল মাতৃ সমাজ৷ এগৰাকী মাতৃৰ সহযোগিতা অবিহনে সুস্থ সমাজৰ কথা কল্পনা কৰিব নোৱাৰি। এই মন্তব্য প্ৰকাশ কৰিছে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে৷ 

কোকৰাঝাৰ শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনৰ মাতৃ সমাজে আজি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা মাতৃ সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰি কয় যে মাতৃ সকলে অহৰ্নিশে কৰি অহা প্ৰচুৰ শ্ৰম আৰু প্ৰচেষ্টাৰ অবিহনে এখন সুস্থ সমাজ গঢ়ি তোলাটো অসম্ভৱ৷ আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যতৰ নাগৰিক আৰু সেয়েহে প্ৰতিজন শিশুক সঠিক পথৰ সন্ধান দিবলৈ মাতৃৰ ভূমিকা অপৰিসীম৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0