110
ডিজিটেল ডেস্কঃ এইবাৰ দেশক সুৰক্ষা দিব মহিলাই। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ ধৰালৈ আগমনৰ কেইদিনমান পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ দায়িত্ব অৰ্পণ কৰিছে নাৰী শক্তিক। দেওবাৰে মন্ত্ৰীসভা সাল-সলনি কৰি মোদীয়ে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দায়িত্বভাৰ অৰ্পণ কৰে নিৰ্মলা সীতাৰমণক।
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!