62
শুক্লাইঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা)ৰ ডিমাকুছি আঞ্চলিক সমিতিৰ সৌজন্যত আৰু ১নং সোনাজুলি প্ৰাথমিক সমিতিৰ সহযোগত শনিবাৰৰ পৰা অনুষ্ঠিত হৈ আহিছে আদিবাসী জনগোষ্ঠীৰ কৰম উৎসৱ। কৰম উৎসৱৰ ৰং-ৰইচেৰে দেওবাৰেও আকাশ বতাহ মুখৰিত হৈ পৰিছে বৃহত্তৰ সোনাজুলি অঞ্চল।
