Home ৰাজ্যপুনৰ বানৰ কবলত ধেমাজি, মৌন প্ৰশাসন

পুনৰ বানৰ কবলত ধেমাজি, মৌন প্ৰশাসন

by News Desk
73 views
A+A-
Reset

ধেমাজিঃ বানে ধোৱা ধেমাজিত পুনৰ বান৷ সমগ্ৰ ৰাজ্য জুৰি বছৰৰ দ্বিতীয়টো বানে ভাৰাক্ৰান্চত কৰাৰ পাছত এইবাৰ এজাক বৰষুনতে বানে গৰকিলে ধেমাজিৰ বুকু৷ দেওবাৰে নিশা হোৱা নেৰানেপেৰা বৰষুনৰ ফলত এতিয়া ধেমাজিৰ বৃস্তিত অঞ্চল প্লাবিত হৈ পৰা পৰিলক্ষিত হৈছে৷

উল্লেখ যে চিচিবৰগাঁও চাৰিআলিৰ পৰা আমগুৰি সংযোগী একমাত্ৰ পথটোত আজি এজাক বৰষুণতে পথৰ ওপৰেদি পানী বাগৰা অৱস্থা সৃষ্টি হয় আৰু লগতে প্ৰায় দহখনৰো অধিক গাওঁ পুনৰ ধোৱাই থৈ যায়৷ বিগত সময়চোৱাত গাইনদী, বেওঁৰা নৈ আদি নদী সমূহৰ মথাউৰি বিজ্ঞানসম্মত নিৰ্মাণ কৰা দাবীত চিচিবৰগাঁও অঞ্চলৰ জাতীয় সংগঠন সমূহে আন্দোলন কৰি অহা পিছতো জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াত বাৰে বাৰে বানপানী সমস্যা সম্মুখীন হ’বলগীয়া হৈছে চিচিবৰগাঁও অঞ্চলৰ জনসাধাৰণ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0