Home ৰাজ্যধুবুৰী জিলাৰ ৫৫ গৰাকী কৃতী শিক্ষক সম্বৰ্ধনা

ধুবুৰী জিলাৰ ৫৫ গৰাকী কৃতী শিক্ষক সম্বৰ্ধনা

by News Desk
71 views
A+A-
Reset

গোলকগঞ্জঃ আজি ৫৬ সংখ্যক শিক্ষক দিৱস উপলক্ষে ধুবুৰী জিলাৰ ৫৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক জিলা প্ৰশাসন তৰফৰ পৰা কৃতি শিক্ষকৰ বটাঁ প্ৰদান কৰা হয়৷ বিলাসীপাৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত জিলা ভিত্তিক শিক্ষক দিৱস অনুষ্ঠানত কৃতি শিক্ষকসকলক গামোচা শৰাঁই আৰু মান পত্ৰৰে সন্মানিত কৰা হয়।

অতিৰিক্ত উপায়ুক্ত ছোৰমান আলী আহমেদৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত বিলাসীপাৰা মহকুমাধিপতি ড০ এম এছ লক্ষীপ্ৰিয়া, জিলা সাহিত্য সভাৰ সভাপতি আবুল হাচান শ্বেখ আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0