61
নগাঁও টাউনঃ আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় শিক্ষক দিৱস পালন কৰা হয়। এই শিক্ষক দিৱস অনুষ্ঠানত সভাপতিত্ব কৰে নগাঁও জিলাৰ উপায়ুক্ত চমচেৰ সিঙে।
এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নৰেন কলিতা আৰু নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ সহজানন্দ ওজা।