56
কোকৰাঝাৰঃ গুৱাহাটীৰ পৰা গান্ধীজীৰ জন্মস্থান পোৰবন্দৰলৈ এমাহজোৰা কাৰ্যসূচীৰে চলিবলগীয়া সৰ্বভাৰতীয় সম্প্ৰীতি যাত্ৰাৰ দলে আজি যাত্ৰাপথত লফিকুল ইছলাম আহমেদৰ পৰিয়ালক সাক্ষাৎ কৰে।
তেওঁলোকৰ আজি দ্বিতীয় দিনৰ যাত্ৰাত যোৱা ১ আগষ্টত কোকৰাঝাৰত অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই নিহত কৰা ছাত্ৰ নেতা লাফিকুল ইছলামৰ বাসগৃহত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰে।