69
গুৱাহাটীঃ মুখ্যমন্ত্ৰীৰ কনভয়ৰ সন্মুখৰে পাৰ হোৱা এগৰাকী যুৱকক আৰক্ষীয়ে প্ৰহাৰ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মহানগৰীৰ মালিগাঁৱত৷
জানিব পৰা মতে, নলবাৰী জিলাৰ অপূৰ্ব ঠাকুৰীয়া নামৰ যুৱক এজনে কিছুসময় পূৰ্বে মালিগাঁৱৰ বৰিপাৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়ৰ সন্মুখেৰে পাৰ হয়৷