127
ডিজিটেল ডেস্কঃ আপোনাৰ পতি বা পত্নীয়ে যদি বাহিৰৰ কোনো এখন ভাল ৰেষ্টুৰেন্টত খাবলৈ লগ ধৰে, আপুনি সাজি কাচি ওলাওতে কিমান সময় লগাব? হয়তো আপুনি আপোনাৰ ভালৰো ভাল আৰু সুন্দৰ কাপোৰযোৰকে পৰিধান কৰিব৷ কিন্তু ৰেষ্টুৰেন্টত খানা খাই থাকোতে যদি আপোনাৰ ধুনীয়া পোচাকযোৰত অলপ বাটাৰ পনীৰ পৰি যায়, কেনে লাগিব?
CLICK► টেবলেটত নেট চাই আকৌ বিতৰ্কত মন্ত্ৰী হিমন্ত