ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সুধাকন্ঠ ভুপেন হাজৰিকাক স্মৰণ

Home ৰাজ্যৰাজ্যৰ প্ৰান্তে প্ৰান্তে সুধাকন্ঠ ভুপেন হাজৰিকাক স্মৰণ

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সুধাকন্ঠ ভুপেন হাজৰিকাক স্মৰণ

by News Desk
59 views
A+A-
Reset

গুৱাহাটীঃ অসমীয়াৰ হিয়াৰ আমঠু, জাতিৰ আৱেগ সুধাকন্ঠ ভুপেন হাজৰিকাক আজি ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ স্মৰণ কৰে৷ ভুপেন হাজৰিকাৰ জন্মদিন ৰাজ্যৰ প্ৰতিটো দল-সংগঠন তথা ৰাজ্য চৰকাৰে ধুম-ধামেৰে পালন কৰা দেখা যায়৷ ৰাজ্যৰ বাহিৰত কলিকতাতো বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ জন্মদিনটোত সোঁৱৰণ কৰে৷

তেজপুৰত বিভিন্ন দল সংগঠনে কেন্দ্ৰীয় ভাবে উলাহ মালহেৰে ভুপেন হাজৰিকাৰ জন্মদিন পালন কৰাৰ লগতে বৰাক উপাত্যকাৰ কৰিমগঞ্জত অসম সাহিত্য সভাই বৰাক ব্ৰহ্মপুত্ৰ সমন্বয় অনুষ্ঠান নামেৰে ভুপেন হাজৰিকাৰ জন্মদিন পালন কৰি শিল্পীগৰাকীক স্মৰণ কৰে৷কামৰূপৰ নগৰবেৰাতো পালন কৰা হয় সুধাকন্ঠৰ জন্মদিন।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0