59
ধুবুৰীঃ ধুবুৰীৰ নিউ পানবাৰীত সংঘটিত হৈছে এক ভয়াবহ পথ দূৰ্ঘটনা৷ তীব্ৰবেগী কন্টিনাৰে মহটিয়ালে বাইক আৰোহীক৷
আজি গৌৰীপুৰৰ নিউপান বাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দিনৰ প্ৰায় ১-৩০ বজাত গৌৰীপুৰৰ পৰা গুৱীহাটী অভিমুখী ML-01L-4341 নম্বৰৰ তীব্ৰবেগী কন্টিনাৰ এখনে বৰকান্দাৰ পৰা গৌৰীপুৰ অভিমূখে গৈ থকা ML-08A-5053 নম্বৰৰ গ্লেমাৰ বাইক খনত খুন্দা মাৰে৷ ফলত ধুবুৰী জিলাৰ বৰকান্দাৰ হাফিজুৰ ৰহমান নামৰ বাইক আৰোহীজন থিতাতে নিহত হয়৷