Home ৰাজ্যছাত্ৰক বহিষ্কাৰ, ‘হেয়াৰ ষ্টাইল’ক লৈ ৰঙিয়াত চাঞ্চল্য

ছাত্ৰক বহিষ্কাৰ, ‘হেয়াৰ ষ্টাইল’ক লৈ ৰঙিয়াত চাঞ্চল্য

by News Desk
A+A-
Reset
4f34a5fc-9f3b-4ff1-9d62-6448febba10b

ৰঙিয়াঃ মাকৰ ঘৰত জীয়ৰী বাঢ়ে, পথাৰত বাঢ়ে ধান৷ এই আপ্ত বাক্য শাৰীৰ সৈতে আৰু এটা কথা সংযোগ কৰিব পাৰি৷ মাকৰ ঘৰত জীয়ৰী বাঢ়ি অহাৰ দৰে মানুহৰ মূৰৰ চুলিও প্ৰতিদিনে বাঢ়ি আহে৷ চুলি বাঢ়ি অহাৰ লগে লগে পুৰুষ-মহিলাই ব্যতিক্ৰমকৈ হেয়াৰ ষ্টাইল কৰিবলৈ আৰম্ভ কৰে৷

মানুহ ভেদে হেয়াৰ ষ্টাইল বেলেগ বেলেগ হয়৷ নানা চুলিৰ কাটিং নানা লোকৰ পচন্দ৷ যুৱ প্ৰজন্মৰ কথাই সুকীয়া৷ প্ৰতি মাহত হেয়াৰ ষ্টাইল সলনি কৰে এতিয়াৰ একাংশ যুৱকে৷ স্কুলীয়া ছাত্ৰসকলৰ আকৌ কথাই সুকীয়া৷ কি হেয়াৰ ষ্টাইলে দেখাত ভাল লগা কৰি তুলিব তাক লৈ মহা টেনছনত পৰে ছাত্ৰসকল৷ এইবোৰৰ মাজতে হেয়াৰ ষ্টাইল কৰি বিপদত পৰিল কেইবাগৰাকী ছাত্ৰ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0