Home ৰাজ্যঅভয়াপুৰীত ভয়াবহ পথ দুৰ্ঘটনা,নিহত ১

অভয়াপুৰীত ভয়াবহ পথ দুৰ্ঘটনা,নিহত ১

by News Desk
59 views
A+A-
Reset

অভয়াপুৰীঃ আজি বিয়লিৰ ভাগত অভয়াপুৰী ৩১নং (খ) ৰাষ্ট্রীয় ঘাইপথৰ যোগীঘোপা থানাৰ অন্তৰ্গত হৰিপানীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ এখন তীব্র বেগী ট্ৰাকে বাইক সহ আৰোহীক মহতীয়াই নিয়াৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী সাহাজাহান আলী।

জানিব পৰা মতে, আজি বিয়লি প্ৰায় ৫ বজাত অভয়াপুৰীৰ সমীপবৰ্তী লেংটিছিঙাৰ সাহাজাহান আলী আৰু তেওঁৰ পত্নী জুলেখা বেগম AS-19D-3947 নম্বৰৰ বাইকেৰে নিজ কৰ্মস্থলী গোৱালপাৰাৰ পৰা আহি থকা অৱস্থাত AS-01DD-8999 নম্বৰৰ তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0