53
জয়সাগৰঃ শিৱসাগৰত টাই আহোম যুৱ পৰিষদে ধৰিলে ৩৭জনকৈ সন্দেহজনক লোকক৷ শিৱসাগৰ নগৰত শিশু, কিশোৰ মহিলা তথা সা-সামগ্ৰী সহ সন্দেহজনক ভাবে ঘুৰা ফুৰা কৰি থাকোতেই সন্দেহ ওপজাত সংগঠনটোৱে সোধপোছ কৰে৷
সোধপোছ কৰাত নাম-ঠিকনা বিৱৰি কব নোৱাৰাত সংগঠনটোৱে ৩৭ গৰাকী লোকক আৰক্ষীক গতাই দিয়ে৷