Home ৰাজ্যবোকাজানত পিষ্টলসহ মাৰাণাস্ত্ৰ সৰবৰাহকাৰী আটক

বোকাজানত পিষ্টলসহ মাৰাণাস্ত্ৰ সৰবৰাহকাৰী আটক

by News Desk
56 views
A+A-
Reset

কাৰ্বি আংলংঃ ৰাজ্যত পুনৰ আটক হ’ল অবৈধ অস্ত্ৰ সৰবৰাহকাৰী৷ বিভিন্ন মাৰাণাস্ত্ৰ সৰবৰাহেৰে ৰাজ্যত কূটাঘাট সৃষ্টি কৰা সৰবৰাহকাৰী এজন লোকক আৰক্ষীয়ে আচক কৰিবলৈ সক্ষম হয়৷ বুধবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ খটখটিত আৰক্ষীয়ে এক অভিযান চলায়৷

খটখটি আৰক্ষীৰ অতৰ্কিত অভিযানত আৰক্ষীৰ দলটোৱে এটা পইণ্ট ২২ পিষ্টল সহ এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়৷ দীৰ্ঘদিনধৰি অস্ত্ৰ সৰবৰাহৰ লগত জড়িত শ্বহীদ হুছেইন নামৰ এজন ব্যক্তিক খটখটিৰ বাঁহবাৰী অঞ্চলৰ পৰা আটক কৰে আৰক্ষীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0