Home ৰাজ্যঘন কুৱঁলিৰ আভৰণ ফালি আকৌ আহিল শৰৎ

ঘন কুৱঁলিৰ আভৰণ ফালি আকৌ আহিল শৰৎ

by News Desk
124 views
A+A-
Reset

তিনিচুকীয়াঃ প্ৰৱল বৃষ্টিপাতৰ ফলত হোৱা বানে ধৰিত্ৰীৰ বুকুৰ পৰা সকলো মলি ধুই নিকা কৰি যোৱাৰ মাথোঁ দুটিমান ক্ষণৰ পাছতেই পৃথিৱীৰ পদুলি মুখত শৰৎ পালেহি৷

বাৰিষাৰ বোকোচাত উঠি অহা শৰতৰ আগমনে আৱাল-বৃদ্ধ-বনিতাৰ দেহ মনত নৱ-যৌৱনৰ হেন্দোলনি তুলি সৰ্বত্ৰে মানুহৰ খেয়ালী মনত নতুন অনুভূতি জগাই তুলিছে৷ শেৱালীৰ সুবাস, আহিনৰ কুৱঁলি, শ্যামলী পথাৰৰ মৃদু মলয়া, কৰম পুজাৰ মাদলৰ ছন্দত প্ৰাণ পাই উঠা বুধুৱা-মিনিহঁতৰ হেঁপাহৰ শৰৎ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0