Home ৰাজ্যমুছলপুৰত গৰিয়া মৰিয়াৰ অৱস্থান ধৰ্মঘট

মুছলপুৰত গৰিয়া মৰিয়াৰ অৱস্থান ধৰ্মঘট

by News Desk
50 views
A+A-
Reset

মুছলপুৰঃ বাক্সা জিলাৰ সদৰ মুছলপুৰৰ দূৰ্গাপূজা মণ্ডপত বিভিন্ন দাবীৰ সমৰ্থনত আজি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

গৰিয়া মৰিয়া উপগ্ৰহীয় স্বায়ত্ত শাসিত পৰিষদ গঠন, গৰিয়া মৰিয়া সকলক জনগোষ্ঠীয় মৰ্য্যাদা প্ৰদান কৰি বিশেষ সুৰক্ষা প্ৰদান, বিটিএডি পৰিষদত গৰিয়া মৰিয়াৰ মনোনীত সদস্য নিযুক্তি প্ৰদান, ২০০৭ চনৰ ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া চিনাক্তকৰণ নীতিৰে গৰিয়া মৰিয়া সকলক চিনাক্ত কৰি এনআৰচিত ০১ প্ৰদানৰ দাবীত পৰিষদৰ দুই শতাধিক কৰ্মী আৰু সমৰ্থকে এই কাৰ্যসূচী ৰূপায়ণ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0