58
চাবুৱাঃ ৰাজ্য চৰকাৰে গাঁৱে গাঁৱে বিষাক্ত সুৰা, মদ প্ৰচলন কৰিবলৈ লোৱা সিদ্ধান্তৰ প্ৰতিবাদত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক ধৈৰ্য্য কোঁৱৰৰ নেতৃত্বত ডিব্ৰুগড় চৌকিডিঙি চাৰিআলিত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনে বিষাক্ত জাতীয় প্ৰচলন কৰিবলৈ লোৱা সিদ্ধান্তক প্ৰতিবাদ কৰিছে।