57
ডিজিটেল ৰিপ’ৰ্টঃ জিৰাটৰ নামত ৰঙিয়া ৰাজহ চক্ৰত লুণ্ঠন চলোৱা মণ্ডল ভূপেন লহকৰৰ পিছত উক্ত ৰাজহ চক্ৰটোতে সেই সময়ত কৰ্মৰত আন এজন ভূপেন মণ্ডলৰ কু-কীৰ্তিৰ তথ্য শেহতীয়াভাৱে পোহৰলৈ আহিছে। ভূপেন লহকৰৰ সমান্তৰালভাৱে জিৰাটৰ নামত লুণ্ঠন চলোৱা আনজন ভূপেন মণ্ডল হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ ফ’ৰলেন নিৰ্মাণৰ সময়ত পূৱ বড়িগোগ মৌজাৰ ছোটশিল গাঁও এলেকাৰ দায়িত্বত থকা ভূপেন পাঠক।
