ধনশিৰিত দশৱতাৰ আৰু কৃষ্ণ নৃত্যৰ কৰ্মশালাৰ সামৰণি

Home ৰাজ্যধনশিৰিত দশৱতাৰ আৰু কৃষ্ণ নৃত্যৰ কৰ্মশালাৰ সামৰণি

ধনশিৰিত দশৱতাৰ আৰু কৃষ্ণ নৃত্যৰ কৰ্মশালাৰ সামৰণি

by News Desk
67 views
A+A-
Reset

ধনশিৰিঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ নাওজানৰ শ্ৰীশ্ৰী সাৰ্ব্বজনীন নামঘৰত ধনশিৰি গণ মঞ্চৰ উদ্যােগত পশ্চিম নাওজান আঞ্চলিক গণমঞ্চৰ সহযোগত ১৫ দিনীয়াকৈ আয়োজন কৰা দশৱতাৰ আৰু কৃষ্ণ নৃত্য কৰ্মশালাৰ আজি সামৰণি পৰে।

কৰ্মশালাত ৯৬ গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে। আজি অনুষ্ঠিত সামৰণি অনুষ্ঠান উদ্বোধন কৰে ধনশিৰি গণমঞ্চৰ সাধাৰণ সম্পাদক ৰিন্টু ডেকাই। চন্দ্ৰ কান্ত গগৈয়ে পৰিচালনা কৰা আজিৰ অনুষ্ঠানত ধনশিৰি গণ মঞ্চৰ সভাপতি ৰাজীৱ শইকীয়াই মঞ্চৰ কাৰ্যক্ৰম, লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কত বক্তব্য আগবঢ়ায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0