85
নগৰবেৰাঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ‘আমছু’ৰ খোলাবান্ধা আঞ্চলিকৰ উদ্যোগত সাম্প্ৰতিক অসমৰ জলন্ত সমস্যা ‘ডি’ ভোটাৰ আৰু বিদেশীৰ নামত হাৰাশাস্তি বন্ধ কৰাৰ লগতে শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ দাবীত এক বিশাল গণ সমাবেশ অনুষ্ঠিত হৈ যায়।
আমছুৰ খোলাবান্ধা আঞ্চলিক সমিতিৰ সভাপতি আব্দুল মোতালেব আকন্দৰ সভাপতিত্বত অনুষ্ঠিত বিশাল গণ সমাবেশত উপস্থিত থাকি ভাষণ আগবঢ়ায় আমছুৰ সভাপতি আজিজুৰ ৰহমানে।