Home ৰাজ্যমূখ্যমন্ত্ৰীৰ ঘৰত উপস্থিত হ’ল যুৱ ছাত্ৰ পৰিষদ, সমবেদনা জ্ঞাপন

মূখ্যমন্ত্ৰীৰ ঘৰত উপস্থিত হ’ল যুৱ ছাত্ৰ পৰিষদ, সমবেদনা জ্ঞাপন

by News Desk
75 views
A+A-
Reset

চাবুৱাঃ ৰাজ্য মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃ প্ৰয়াত গিৰীশ সোণোৱালৰ মৃত্যুত শোক প্ৰকাশ কৰি বুধবাৰে মুখ্যমন্ত্রীৰ চাবুৱা বিন্ধাকটা মুলুক গাৱঁৰ বাসভৱনত উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ৷ 

অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি প্ৰিয়ব্ৰত গোহাঁই অাৰু সাংগঠনিক সম্পাদক উদয়ন বৰুৱা নেতৃত্বত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ নৱ-নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ সভাপতি পুতুল দত্ত, সাধাৰণ সম্পাদক পলাশ চাংমাই, উপ-সভাপতি ৰঞ্জিত চাংমাই, বিত্ত সম্পাদক শিৱ কলিতা, সাংগঠনিক সম্পাদক কণ গগৈ লগতে ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ বিভিন্ন অাঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ সজাঁতি দলে মুখ্যমন্ত্রী সোণোৱালৰ বাসভৱনত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0