Home ৰাজ্যবড়ো সাহিত্য সভাৰ শোক প্ৰকাশ

বড়ো সাহিত্য সভাৰ শোক প্ৰকাশ

by News Desk
54 views
A+A-
Reset

গুৱাহাটীঃ অসমৰ সংবাদ জগতৰ পিতামহ, জ্যেষ্ঠ সম্পাদক, পণ্ডিত তথা বিশিষ্ট বুদ্ধিজীৱী ৰাধিকা মোহন ভাগৱতীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে বড়ো সাহিত্য সভাই৷ বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই ভাগৱতীৰ মৃত্যুত অসমে এগৰাকী সু-চিন্তাবিদ, সাংবাদিকক হেৰুৱালে বুলি কয় ৷

সভাই এক শোক বাৰ্ত্তা যোগে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি তেওৰ আত্মাৰ সদ্গতি কামনা কৰে৷ দেশ আৰু জনগণৰ বাবে হাতত কলম তুলি লৈ আজীৱন জনগণৰ সেৱা কৰি শুকুৰবাৰে আমাৰ মাজৰ পৰা অচিনা দেশলৈ পৰা গুছি গল অসমৰ দৈনিক বাতৰি কাকতৰ নক্ষত্ৰগৰাকীয়ে শনিবাৰে পুৱা ৯.২০ বজাত ইণ্টাৰনেচনেল হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৩৩ চনৰ ১৯ জানুৱাৰিত জন্ম গ্ৰহণ কৰিছিল সংবাদ জগতৰ নক্ষত্ৰ ভাগৱতীযে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0