Home ৰাজ্যকাঠকটিয়া বৰনামঘৰত শংকৰদেৱৰ জন্মোৎসৱৰ আজি দ্বিতীয় দিন

কাঠকটিয়া বৰনামঘৰত শংকৰদেৱৰ জন্মোৎসৱৰ আজি দ্বিতীয় দিন

by News Desk
49 views
A+A-
Reset

দেউপানীঃ অৱতাৰী পুৰুষ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৯ সংখ্যক জন্মোৎসৱ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলংৰ বৰপথাৰ কাঠকটিয়া বৰনামঘৰৰ উদ্যোগতো পালন কৰা হয়৷ বৰপথাৰ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে শনিবাৰৰ পৰা কাঠকটিয়া বৰনামঘৰ প্ৰাংগনত অনুষ্ঠিত হৈছে।

নিদিনীয়া বিশাল আয়োজনৰে বৰপথাৰৰ কাঠকটিয়া বৰনামঘৰত অনুষ্ঠিত হৈ থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ প্ৰতিটো কাৰ্যসূচীত লোকেলোকাৰণ্য হৈ পৰা দেখা গৈছে৷ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনূসৰি পুৱা ৮-০০ বজাত নামাচাৰ্য্য ফণীধৰ বৰা আৰু উলিৰাম গগৈয়ে নাম প্ৰসংগ, কীৰ্ত্তন পাঠ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0