51
তেজপুৰঃ আজি মহামানৱ মহাত্মা গান্ধীৰ ওপজা দিন৷ সমগ্ৰ দেশতে পালন কৰা হৈছে অসিংসাৰ পথেৰে স্বাধীনতাৰ বাট প্ৰশস্ত কৰা মহাত্মা গান্ধীৰ ওপজা দিনটো৷
স্বচ্ছতা আৰু পবিত্ৰতাৰ আমূল নিদৰ্শন মহাত্মাক সুঁৱৰি আজি সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন ঠাইতো চলোৱা হৈছে স্বচ্ছতাৰ অভিযান৷