51
তেজপুৰঃ দেশত এটাৰ পাছত এটা সাংবাদিক হত্যাৰ ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সংবাদ মাধ্যমৰ সতে জড়িত লোক সকলক৷ যাৰ ফলত সমগ্ৰ দেশ জুলি উঠিছে প্ৰতিবাদৰ জোৱাৰ৷
সমগ্ৰ দেশৰ লগতে অসমৰো প্ৰান্তে প্ৰান্তে সাংবাদিক সকলে সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ সাংবাদিক সকলক সুৰক্ষা প্ৰদানৰ দাবীত সাংবাদ কৰ্মী সকল উটি পৰি লগা পৰিলক্ষিত হৈছে৷