51
ৰঙিয়াঃ কামৰূপ জিলাৰ ৰঙিয়া চহৰৰ সমীপৰ মহ’শলিত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকে প্ৰাণ হেৰুৱাই।
জানিব পৰা মতে, শনিবাৰে হিৰক দাস নাম যুৱকজনে তীব্ৰবেগেৰে এখন বাইক চলাই আহি পথৰ দাতিৰ গছত খুন্দা মাৰে।