Home ৰাজ্যমানসিক ৰোগীৰ আত্মহত্যা

মানসিক ৰোগীৰ আত্মহত্যা

by News Desk
63 views
A+A-
Reset

মোৰাঝাৰঃ এগৰাকী মানসিক ৰোগীয়ে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাই জিলাৰ মোৰাঝাৰত৷ মোৰাঝাৰ আৰক্ষী থানা এলেকাৰ থানাৰ অকচেক পথাৰ গাঁৱৰ জয়নাল আবদিন (৪০) নামৰ লোক জনে শনিবাৰে পুৱা প্ৰায় ১০ বজাত নিজ গৃহতে চিপলৈ আত্ম হত্যা কৰে।

জানিব পৰা মতে, বিগত বাৰ বছৰ ধৰি লোক জন মানসিক ৰোগত আক্ৰান্ত হৈ আছিল৷ লোকগৰাকীয়ে কিছুদিন পূৰ্বে বিষাক্ত দ্ৰব্য সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হয়৷ শনিবাৰে পত্নী ঘৰত নথকাৰ সময়ত সুযোগ বুজি চিপ লৈ আত্মা হত্যা কৰে। পাঁচ সন্তানৰ পিতৃ আছিল লোকজন। মোৰাঝাৰ আৰক্ষীয়ে ঘটনাস্থিত উপস্থিত হৈ মৃতদেহ মৰণোওৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0