Home ৰাজ্যহিৰকজ্যোতিৰ মৃত্যুত ৰঙিয়াত শোকৰ ছাঁ

হিৰকজ্যোতিৰ মৃত্যুত ৰঙিয়াত শোকৰ ছাঁ

by News Desk
51 views
A+A-
Reset

ৰঙিয়াঃ ৰঙিয়া চহৰৰ সমীপৰ পশ্চিমপাৰ বাঘবাৰীৰ হিৰক জ্যোতি ডেকা নামৰ যুৱক এজনে দুৰ্ঘটনাত পতিত হৈ অকালতে প্ৰাণ হেৰুৱাত শোকৰ ছাঁ পৰে৷ শুকুৰবাৰে নিশা বাইক দুৰ্ঘটনাত মৃত্যু হয় যুৱকজনৰ৷ জানিব পৰা মতে, শুকুৰবাৰে নিশা ৰঙিয়াৰ সমীপৰ সুন্ধিত মঞ্চস্থ হৈছিল এখন নাটক৷

নাটকৰ পোহৰৰ কাম কৰি নিশা প্ৰায় ১.৩০ বজাত এখন বাইকত তিনিজন যুৱক সহিতে ঘৰলৈ আহি আছিল হিৰক৷ তীব্ৰ বেগেৰে আহি থকা অৱস্থাত মহখুলিত পথৰ দাতিৰ নাৰিকল গছত খুন্দা মাৰে বাইকখনে৷ হিৰকৰ থাতাতে মৃত্যু হোৱাৰ লগতে আন দুজন যুৱক গুৰুতৰ ভাবে আহত হয়। আহত মৃদুল কলিতাৰ উন্নত চিকিৎসাৰ বাবে আমিনগাঁৱৰ নাৰায়াণ হস্পিতালত ভৰ্তি কৰা হয়। মৃদুলৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0