154
নলবাৰীঃ নলবাৰী জিলা প্ৰশাসনৰ কাম কাজত চৰম অস্তিৰতাই দেখা দিয়াৰ সময়তে জিলাখনৰ উপায়ুক্ত অনন্ত লালা জ্ঞানীক বদলিৰ খবৰে জিলাখনৰ সচেতন মহলত চৰ্চা লাভ কৰিছে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ স্বচ্ছ অভিযান মিছনৰ ক্ষেত্ৰত নলবাৰী জিলাক অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰি সুনাম আনিছিল এই গৰাকী উপায়ুক্তই।