অষ্টম শ্ৰেনীৰ তিনিগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন বিদ্যালয় শিক্ষকৰ

Home ৰাজ্যঅষ্টম শ্ৰেনীৰ তিনিগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন বিদ্যালয় শিক্ষকৰ

অষ্টম শ্ৰেনীৰ তিনিগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন বিদ্যালয় শিক্ষকৰ

by News Desk
93 views
A+A-
Reset

অভয়াপুৰীঃ এগৰাকী শিক্ষকে তিনিগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছৰে পৰা উত্তাল হৈ পৰে অভয়াপুৰী অঞ্চল৷ ৰাজ্যৰ বিভিন্ন ঠাইত একাংশ শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে  মঙলবাৰে অভয়াপুৰীৰ শালবাৰীস্থিত St. Clare Of Assis নামৰ বিদ্যালয় খনৰ জহিৰুল ইছলাম নামৰ এগৰাকী শিক্ষকে অষ্টম শ্ৰেণীৰ তিনি গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷

মঙলবাৰে অভিযুক্ত শিক্ষকক শাস্তি দিয়াৰ দাবীত বিদ্যালয়ৰ চৌহদ উত্তাল কৰে। আনহাতে ৰাইজে উত্তাল প্ৰতিবাদ কৰাৰ উমান পাই অভিযুক্ত শিক্ষক জহিৰুল ইছলামে বিদ্যালয়ৰ পৰা পলায়ন কৰে৷ পূৰ্বেও শিক্ষকগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0